শেহতীয়া খবৰ
মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত...  •  ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি...  •  দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..  •  ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত...  •  সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ...  •  কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু...  •  ৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা...  •  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা...  •  দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি...

ঈদৰ দিনাই কোকৰাঝাৰৰ ভোটগাঁওত এবিএমছুৰ প্ৰতিবাদ…

166
  • ঈদৰ দিনাই কোকৰাঝাৰৰ ভোটগাঁওত এবিএমছুৰ প্ৰতিবাদ ।
  • হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ এবিএমছু সদস্যৰ ।
  • এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্বৰ দাবী ।
  • ২০১৭ জনৰ এক আগষ্টৰ দিনটোতে লাফিকুল ইছলাম আহমেদক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে কোকৰাঝাৰৰ তিতাগুৰীত গুলিয়াই হত্যা কৰিছিল ।
  • চিবিআই তদন্তৰ পিছতো কৰায়ত্ব নহল হত্যাকাৰী ।
  • হাগ্ৰামা মহিলাৰীক সঁকিয়নি এবিএমছুৰ ।
  • লাফিকুল ইছলাম আহমেদৰ ক্ষেত্ৰত সৰৱ ভূমিকা নোলাৱাৰ বাবে অনাগত নিৰ্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হব হাগ্ৰামা ।
  • বিপিএফক এশকনি দিবলৈ সাজু হৈছে সংখ্যালঘু ভোটাৰ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি