ঈদৰ দিনাই কোকৰাঝাৰৰ ভোটগাঁওত এবিএমছুৰ প্ৰতিবাদ…

ঈদৰ দিনাই কোকৰাঝাৰৰ ভোটগাঁওত এবিএমছুৰ প্ৰতিবাদ…
  • ঈদৰ দিনাই কোকৰাঝাৰৰ ভোটগাঁওত এবিএমছুৰ প্ৰতিবাদ ।
  • হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ এবিএমছু সদস্যৰ ।
  • এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্বৰ দাবী ।
  • ২০১৭ জনৰ এক আগষ্টৰ দিনটোতে লাফিকুল ইছলাম আহমেদক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে কোকৰাঝাৰৰ তিতাগুৰীত গুলিয়াই হত্যা কৰিছিল ।
  • চিবিআই তদন্তৰ পিছতো কৰায়ত্ব নহল হত্যাকাৰী ।
  • হাগ্ৰামা মহিলাৰীক সঁকিয়নি এবিএমছুৰ ।
  • লাফিকুল ইছলাম আহমেদৰ ক্ষেত্ৰত সৰৱ ভূমিকা নোলাৱাৰ বাবে অনাগত নিৰ্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হব হাগ্ৰামা ।
  • বিপিএফক এশকনি দিবলৈ সাজু হৈছে সংখ্যালঘু ভোটাৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in