ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান

ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান
  • ঝাৰখণ্ডৰ গোপীনাকাণ্ডাৰ অঞ্চলত আৰক্ষী আৰু এছ এছ বি বাহিনীৰ অভিযান।
  • জব্দ নক্সালবাদীৰ বহু পৰিমাণৰ আপত্তিজনক সা-সামগ্ৰী।
  • ১৭ টা আই ই ডি, ২০০ ডেটনেটৰছ জব্দ কৰে আৰক্ষী, এছ এছ বিয়ে।
  • নক্সালবাদীৰ পোষ্টাৰ আৰু অন্য অস্ত্ৰ শস্ত্ৰও জব্দ।
  • ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষী আৰু এছ এছ বিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in