অভয়াপুৰীৰ খগৰপুৰ পাহাৰত বান্ধি থোৱা অৱস্থাত দুজন লোকক উদ্ধাৰ, বেলতলাৰ পৰা দুৰ্বৃত্তই কৰিছিল অপহৰণ…

অভয়াপুৰীৰ খগৰপুৰ পাহাৰত বান্ধি থোৱা অৱস্থাত দুজন লোকক উদ্ধাৰ, বেলতলাৰ পৰা দুৰ্বৃত্তই কৰিছিল অপহৰণ…
  • অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা।
  • খগৰপুৰ পাহাৰত বান্ধি থোৱা অৱস্থাত দুজন লোকক উদ্ধাৰ।
  • উদ্ধাৰ কৰা লোক দুজনৰ নাম প্রবীৰ কুমাৰ আৰু ৰাজু কুমাৰ মিশ্র।
  • হাবিৰ মাজত বান্ধি ৰাখিছিল দুয়োকে।
  • প্ৰাতঃভ্ৰমণৰ বাবে যোৱা একাংশ লোকে প্ৰত্যক্ষ কৰে লোক দুজনক।
  • উল্লেখ্য যে, উদ্ধাৰ কৰা প্রবীৰ কুমাৰ পেছাত ট্রাক চালক।
  • ট্রাকসহ দুয়োকে অপহৰণ কৰিছিল দুৰ্বৃত্তৰ দলে।
  • ট্রাকেৰে বিস্কুট লৈ গুৱাহাটীৰ পৰা শিলচৰলৈ গৈ আছিল দুয়ো।
  • ট্রাকখনৰ নম্বৰ জেএইচ১০-বিএক্স-৮৯১৬।
  • গুৱাহাটীৰ বেলতলাৰ পৰা দুয়োজন লোকক অপহৰণ কৰে দুৰ্বৃত্তই।
  • বইটামাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিলে তেওঁলোকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in