অভয়াপুৰীত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩

অভয়াপুৰীত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩
  • অভয়াপুৰীৰ খগৰপুৰত ভয়াৱহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৩
  • অভয়াপুৰীৰ খগৰপুৰত সোমবাৰে নিশা ৭.৩০ বজাত পথ দুৰ্ঘটনা।
  • ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এই  পথ দুৰ্ঘটনা।
  • ৰেলৱেৰ কামত নিয়োজিত এনচি কোম্পানীৰ মিক্সাৰ ডাম্পাৰ আৰু মাৰুটি ছুইফটৰ মাজত সংঘৰ্ষ।
  • দুৰ্ঘটনাত থিতাতে নিহত ছুইফটখনৰ তিনিজন যাত্ৰী।
  • পিছে পিছে আহি থকা বাইক এখনেও খুন্দা মাৰে ছুইফটখনত৷
  • গুৰুতৰভাৱে আহত হয় বাইক আৰোহী ।
  • ছুইফটখনৰ নম্বৰ ডব্লিউ বি ২৬-টি-৫৩৭৩।
  • ঘাইপথত শিল পেলাই পথ অৱৰোধৰ চেষ্টা উত্তেজিত ৰাইজৰ।
  • আহতজনক চিকিৎসালয়লৈ প্ৰেৰণ।
  • ঘটনাস্থলীত পৰিস্থিতি উত্তপ্ত ।
  • নিহতসকল বৰ্তমানলৈ চিনাক্ত হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in