শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

অভয়াপুৰীত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩

  • অভয়াপুৰীৰ খগৰপুৰত ভয়াৱহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ৩
  • অভয়াপুৰীৰ খগৰপুৰত সোমবাৰে নিশা ৭.৩০ বজাত পথ দুৰ্ঘটনা।
  • ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’ল এই  পথ দুৰ্ঘটনা।

  • ৰেলৱেৰ কামত নিয়োজিত এনচি কোম্পানীৰ মিক্সাৰ ডাম্পাৰ আৰু মাৰুটি ছুইফটৰ মাজত সংঘৰ্ষ।
  • দুৰ্ঘটনাত থিতাতে নিহত ছুইফটখনৰ তিনিজন যাত্ৰী।

  • পিছে পিছে আহি থকা বাইক এখনেও খুন্দা মাৰে ছুইফটখনত৷
  • গুৰুতৰভাৱে আহত হয় বাইক আৰোহী ।

  • ছুইফটখনৰ নম্বৰ ডব্লিউ বি ২৬-টি-৫৩৭৩।
  • ঘাইপথত শিল পেলাই পথ অৱৰোধৰ চেষ্টা উত্তেজিত ৰাইজৰ।

  • আহতজনক চিকিৎসালয়লৈ প্ৰেৰণ।
  • ঘটনাস্থলীত পৰিস্থিতি উত্তপ্ত ।
  • নিহতসকল বৰ্তমানলৈ চিনাক্ত হোৱা নাই।