অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত এটা বাসগৃহ…

অভয়াপুৰীত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত এটা বাসগৃহ…
  • অভয়াপুৰীৰ পিৰাধৰাত অগ্নিকাণ্ড
  • অভয়াপুৰীৰ পিৰাধৰাত সোমবাৰে দুপৰীয়া সংঘটিত হয় ভংয়কৰ অগ্নিকাণ্ড৷
  • এই অগ্নিকাণ্ডত এটা গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত।
  • লগতে ২ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাঁহ যায়৷
  • জানিব পৰা মতে, আখলৰ পৰা এই জুইৰ সূত্ৰপাত হয়।
  • পিৰাধৰাৰ আব্দুল হ'কৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in