অভয়াপুৰীত জীৱন্ত দুৰ্গা, চাওঁক VIDEO

অভয়াপুৰীত জীৱন্ত দুৰ্গা, চাওঁক VIDEO

ডিজিটেল সংবাদ, অভয়াপুৰীঃ দুৰ্গাপূজাক লৈ ৰাজ্যজুৰি ব্যস্ততাপূৰ্ণ পৰিৱেশ৷ ব্যতিক্ৰম নহয় ৰজাদিনীয়া চহৰ অভয়াপুৰীও৷ অভয়াপুৰীত এইবাৰ দুৰ্গাপূজাৰ বিশেষ আকৰ্ষণ জীৱন্ত দুৰ্গা৷

প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অভয়াপুৰীৰ পাঁচদুৱাৰ ৰাজহুৱা মঞ্চত প্ৰদৰ্শন কৰিছে জীৱন্ত দুৰ্গা৷ বৃহস্পতিবাৰলৈকে তেওঁলোকে এই জীৱন্ত দুৰ্গা প্ৰদৰ্শন কৰিব৷ সেয়া চাবলৈ দৰ্শনাৰ্থীৰ লানি নিছিগা সোঁত দেখিবলৈ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in