শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

অভয়াপুৰীৰ দুৰ্ঘটনাত নিহত ৩জনক চিনাক্ত, গুৱাহাটীৰ দুই ভাতৃসহ মৃত্যু গাড়ী চালকৰ

  • বঙাইগাঁৱৰ অভয়াপুৰীত সোমবাৰে সন্ধিয়া সংঘটিত পথ দুৰ্ঘটনাত নিহত তিনিওজনক চিনাক্ত।
  • নিহত তিনিওজনৰ দুজনৰ ঘৰ গুৱাহাটীত।
  • এই দুৰ্ঘটনাত নিহত হৈছে বিমল বৰকাকতি, শৰৎ বৰকাকতি আৰু চক্ৰেশ্বৰ ডেকা।
  • শৰৎ বৰকাকতি আৰু বিমল বৰকাকতি দুয়ো ভাতৃ।
  • তেওঁলোকৰ ঘৰ গুৱাহাটীৰ দক্ষিণ শৰণীয়াত।
  • নিহত আনজন আছিল গাড়ী চালক।
  • গাড়ী চালক চক্ৰেশ্বৰ ডেকাৰ ঘৰ গৌৰীপুৰত।
  • মিক্সাৰ ডাম্পাৰত খুন্দা মাৰিছিল তেওঁলোকে যোৱা মাৰুটি ছুইফটখনে।
  • ছুইফটখনৰ গৰাকী আছিল তেওঁলোকৰ সম্বন্ধীয় অৰিন্দম বৰকাকতি।
  • অৰিন্দম বৰকাকতি শ্বিলং ইউক’ বেংকৰ এ জি এম।