অভয়াপুৰীৰ দুৰ্ঘটনাত নিহত ৩জনক চিনাক্ত, গুৱাহাটীৰ দুই ভাতৃসহ মৃত্যু গাড়ী চালকৰ

অভয়াপুৰীৰ দুৰ্ঘটনাত নিহত ৩জনক চিনাক্ত, গুৱাহাটীৰ দুই ভাতৃসহ মৃত্যু গাড়ী চালকৰ
  • বঙাইগাঁৱৰ অভয়াপুৰীত সোমবাৰে সন্ধিয়া সংঘটিত পথ দুৰ্ঘটনাত নিহত তিনিওজনক চিনাক্ত।
  • নিহত তিনিওজনৰ দুজনৰ ঘৰ গুৱাহাটীত।
  • এই দুৰ্ঘটনাত নিহত হৈছে বিমল বৰকাকতি, শৰৎ বৰকাকতি আৰু চক্ৰেশ্বৰ ডেকা।
  • শৰৎ বৰকাকতি আৰু বিমল বৰকাকতি দুয়ো ভাতৃ।
  • তেওঁলোকৰ ঘৰ গুৱাহাটীৰ দক্ষিণ শৰণীয়াত।
  • নিহত আনজন আছিল গাড়ী চালক।
  • গাড়ী চালক চক্ৰেশ্বৰ ডেকাৰ ঘৰ গৌৰীপুৰত।
  • মিক্সাৰ ডাম্পাৰত খুন্দা মাৰিছিল তেওঁলোকে যোৱা মাৰুটি ছুইফটখনে।
  • ছুইফটখনৰ গৰাকী আছিল তেওঁলোকৰ সম্বন্ধীয় অৰিন্দম বৰকাকতি।
  • অৰিন্দম বৰকাকতি শ্বিলং ইউক' বেংকৰ এ জি এম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in