শেহতীয়া খবৰ
অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO  •  ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত... VIDEO  •  বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে...  •  পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক গ্ৰেপ্তাৰ...  •  গহপুৰৰ খাৰৈ নদীত সন্ধানহীন এগৰাকী বন্যাৰ্ত...

‘কেব’ৰ বিৰুদ্ধে নতুন দিল্লীত অগপ, আছু আৰু ৭০ সংগঠনৰ নেতৃত্ব

203
  • নতুন দিল্লীলৈ অগপৰ ৭জনীয়া প্ৰতিনিধি দল।
  • অগপ সভাপতি অতুল বৰাৰ নেতৃত্বত গৈছে দলটো।
  • আছুৰ এটা প্ৰতিনিধি দলো বৰ্তমান উপস্থিত আছে নতুন দিল্লীত।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সাক্ষাত্‍ কৰিব বিৰোধী দলক।
  • দিল্লীলৈ গৈছে অখিল গগৈ, পলাশ চাংমাইসহ ৭০ সংগঠনৰ প্ৰতিনিধি।
  • সোমবাৰে প্ৰতিনিধি দলে সাক্ষাত্‍ কৰিব তৃণমূল কংগ্ৰেছৰ নেতৃত্বক।
  • বিজু জনতা দলৰ প্ৰতিনিধিকো সাক্ষাত্‍ কৰিব অগপ, ৭০ সংগঠনৰ নেতৃত্ব আৰু আছুই।
  • এআইএডি এম কে, টি আৰ এছ দলকো সাক্ষাতৰ সম্ভাৱনা।
  • পূৰ্বেও ৭০ সংগঠনে সাক্ষাত্‍ কৰিছিল কেইবাটাও দলক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি