‘কেব’ৰ বিৰুদ্ধে নতুন দিল্লীত অগপ, আছু আৰু ৭০ সংগঠনৰ নেতৃত্ব

‘কেব’ৰ বিৰুদ্ধে নতুন দিল্লীত অগপ, আছু আৰু ৭০ সংগঠনৰ নেতৃত্ব
  • নতুন দিল্লীলৈ অগপৰ ৭জনীয়া প্ৰতিনিধি দল।
  • অগপ সভাপতি অতুল বৰাৰ নেতৃত্বত গৈছে দলটো।
  • আছুৰ এটা প্ৰতিনিধি দলো বৰ্তমান উপস্থিত আছে নতুন দিল্লীত।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সাক্ষাত্‍ কৰিব বিৰোধী দলক।
  • দিল্লীলৈ গৈছে অখিল গগৈ, পলাশ চাংমাইসহ ৭০ সংগঠনৰ প্ৰতিনিধি।
  • সোমবাৰে প্ৰতিনিধি দলে সাক্ষাত্‍ কৰিব তৃণমূল কংগ্ৰেছৰ নেতৃত্বক।
  • বিজু জনতা দলৰ প্ৰতিনিধিকো সাক্ষাত্‍ কৰিব অগপ, ৭০ সংগঠনৰ নেতৃত্ব আৰু আছুই।
  • এআইএডি এম কে, টি আৰ এছ দলকো সাক্ষাতৰ সম্ভাৱনা।
  • পূৰ্বেও ৭০ সংগঠনে সাক্ষাত্‍ কৰিছিল কেইবাটাও দলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in