Published on:
Updated on:
- গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ বাটত ক'লা পতাকা আঁৰিলে আছুৱে।
- অমিত শ্বাহৰ নলবাৰী ভ্ৰমণৰ পূৰ্বে এই কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।
- কা' বাতিলৰ দাবীত প্ৰতিবাদ সাৱস্ত্য কৰিছে আছুৱে।
- দেওবাৰে নলবাৰীত অনুষ্ঠিত বিজেপিৰ বিশাল জনসভাত অংশ ল'ব অমিত শ্বাহে।
- ইতিমধ্যে নলবাৰীত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে।
- আৰক্ষীয়ে আঁতৰাই পেলাইছে পথৰ কাষৰ ক'লা পতাকা সমূহ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in