শেহতীয়া খবৰ
মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে…

158
  • গৃহমন্ত্ৰী অমিত শ্বাহ অহাৰ বাটত ক’লা পতাকা আঁৰিলে আছুৱে।
  • অমিত শ্বাহৰ নলবাৰী ভ্ৰমণৰ পূৰ্বে এই কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।
  • কা’ বাতিলৰ দাবীত প্ৰতিবাদ সাৱস্ত্য কৰিছে আছুৱে।
  • দেওবাৰে নলবাৰীত অনুষ্ঠিত বিজেপিৰ বিশাল জনসভাত অংশ ল’ব অমিত শ্বাহে।
  • ইতিমধ্যে নলবাৰীত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে।
  • আৰক্ষীয়ে আঁতৰাই পেলাইছে পথৰ কাষৰ ক’লা পতাকা সমূহ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি