আকৌ এবাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আছুৰ মুখ্য উপদেষ্টা…

আকৌ এবাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আছুৰ মুখ্য উপদেষ্টা…
  • পুনৰ আছুৰ মুখ্য উপদেষ্টা হ'ব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ।
  • আছুৰ কাৰ্যনিৰ্বাহকত লোৱা হয় এই সিদ্ধান্ত
  • উপদেষ্টাৰূপে প্রকাশ চন্দ্র দাস, উদীপজ্যোতি গগৈক প্ৰদান কৰা হয় দায়িত্ব ।
  • গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ।
  • ৰাজ্যিক কাৰ্যনিৰ্বাহকত অসমৰ কেইবাটাও মূল সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় ।
  • অসম চুক্তি, ৬নং দফা, কা আন্দোলন, শিক্ষা ব্যৱস্থাৰ ওপৰত আলোচনা হয় ।
  • বিএডৰ মাচুল সম্পৰ্কেও আলোচনা কৰা হয় আছুৰ কাৰ্যনিৰ্বাহকত
  • দেওবাৰৰ সভাৰ প্রস্তাৱ সমূহ সোমবাৰে প্রতিনিধি সভাত গৃহীত কৰা হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in