পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ সন্মুখত আছু-যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ সন্মুখত আছু-যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
  • পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ।
  • আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ উদ্যোগত এই প্ৰতিবাদ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ।
  • ক'লা পতাকাও প্ৰদৰ্শন কৰিলে প্ৰতিবাদকাৰীসকলে।
  • জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী।
  • অসম আৰু অসমীয়া বিৰোধী কোনো কাৰ্য গ্ৰহণ নকৰাৰ হুংকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in