আশা কৰ্মীৰ সকলৰ বাবে সুখবৰ, বৃদ্ধি পালে দৰমহা…

আশা কৰ্মীৰ সকলৰ বাবে সুখবৰ, বৃদ্ধি পালে দৰমহা…
  • দেশৰ চৰকাৰী কৰ্মচাৰী, পেঞ্চনধাৰীসকলৰ লগতে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে আশা কৰ্মীৰ সকলৰ বাবেও দিলে সুখবৰ।
  • বৃদ্ধি কৰিলে মাহেকীয়া দৰমহা।
  • ১০০০ হাজাৰ টকাকৈ বৃদ্ধি কৰিলে মাহেকীয়া দৰমহা।
  • কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কৰিলে এই ঘোষণা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in