শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

‘আপ’ৰ লক্ষ্য কাৰ্বি আংলং, অতি শীঘ্ৰেই আহিব কেজৰিৱাল

  • GMCৰ পিছত এইবাৰ ‘আপ’ৰ লক্ষ্য কাৰ্বি আংলং।
  • কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আপৰ।
  • ২৬টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব আপে।
  • শিলচৰৰ চাহ বাগিচা উচ্ছেদৰ বিৰোধিতা আপৰ।
  • শীঘ্রেই অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল।
  • অৱশ্যে এতিয়াও দিনবাৰ ঠিক হোৱা নাই।
  • সংবাদমেলযোগে এই কথা জনালে আপৰ সমন্বয়ক ৰাজীৱ শইকীয়াই।