‘আপ’ৰ লক্ষ্য কাৰ্বি আংলং, অতি শীঘ্ৰেই আহিব কেজৰিৱাল

‘আপ’ৰ লক্ষ্য কাৰ্বি আংলং, অতি শীঘ্ৰেই আহিব কেজৰিৱাল
  • GMCৰ পিছত এইবাৰ 'আপ'ৰ লক্ষ্য কাৰ্বি আংলং।
  • কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আপৰ।
  • ২৬টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব আপে।
  • শিলচৰৰ চাহ বাগিচা উচ্ছেদৰ বিৰোধিতা আপৰ।
  • শীঘ্রেই অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল।
  • অৱশ্যে এতিয়াও দিনবাৰ ঠিক হোৱা নাই।
  • সংবাদমেলযোগে এই কথা জনালে আপৰ সমন্বয়ক ৰাজীৱ শইকীয়াই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in