আজি বাংগালুৰুত শেষকৃত্য সম্পন্ন কৰা হ’ব কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ

আজি বাংগালুৰুত শেষকৃত্য সম্পন্ন কৰা হ’ব কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ

ডিজিটেল ডেস্কঃ জ্যেষ্ঠ বিজেপি নেতা তথা কেবিনেট মন্ত্ৰী কণাৰ্টকৰ জনপ্ৰিয় নেতা অনন্ত কুমাৰৰ শেষকৃত্য মঙলবাৰে বাংগালুৰুত সম্পন্ন কৰা হ'ব।

৫৯ বছৰ বয়সত সোমবাৰে মৃত্যু হোৱা জনপ্ৰিয় নেতাজনৰ নশ্বৰদেহ বৰ্তমান বাংগালুৰুস্থিত নেশ্যনেল কলেজ গ্ৰাউণ্ডত ৰখা হৈছে।

উল্লেখ্য যে, সোমবাৰে নিশা প্ৰায় ৯ বজাত বাংগালুৰুত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in