নাওবৈচাত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব পাৰে আমছুৰ এজন নেতা…

নাওবৈচাত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব পাৰে আমছুৰ এজন নেতা…
  • ৰাইজৰ দলত যোগদান কৰিব আমছুৰ এজন নেতাই।
  • কিছু সময় পাছতেই আমছুৰ নেতা জনে যোগদান কৰিব দলটোত।
  • ৰাইজৰ দলৰ মঠঘৰীয়াত থকা কেন্দ্ৰীয় কাৰ্যালয়ত যোগদানৰ অনুষ্ঠান।
  • আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে যোগদান কৰিব দলটোত।
  • নাওবৈচাৰ পৰা তেওঁক প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা ৰাইজৰ দলৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in