দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আপৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা…

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আপৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা…
  • দিল্লীৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু আম আদমি পাৰ্টি।
  • আপে মঙলবাৰে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা।
  • মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নতুন দিল্লীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
  • ইফালে, উপ মুখ্যমন্ত্ৰী মনিষ শিশদিয়াই পাটপাৰগঞ্জৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in