নাজিৰাত হঠাৎ জ্বলি উঠিল এজোপা গছ, সৰ্বত্ৰে চাঞ্চল্য

নাজিৰাত হঠাৎ জ্বলি উঠিল এজোপা গছ, সৰ্বত্ৰে চাঞ্চল্য
  • দীপাৱলীৰ দিনাই নাজিৰাৰ চণ্টকত অঘটন।
  • পথৰ কাষতে দপদপাই জ্বলিল এজোপা গছ।
  • দপদপাই জ্বলা প্ৰকাণ্ড গছডাল জৰি গছ বুলি জানিব পৰা গৈছে।
  • বৰ্তমানলৈকে জানিব পৰা হোৱা নাই জুইৰ সূত্ৰপাতৰ কাৰণ৷
  • ঘটনাক কেন্দ্ৰকৰি সমগ্ৰ অঞ্চলটোতে উত্তেজনা বিৰাজ কৰিছে।
  • বৰ্তমানলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই অগ্নিনিৰ্বাপক বাহিনীৰ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in