পঞ্জাৱৰ মোহালীত খহি পৰিল এটা তিনিমহলীয়া অট্টালিকা, ধ্বংসস্তূপৰ মাজত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা…

পঞ্জাৱৰ মোহালীত খহি পৰিল এটা তিনিমহলীয়া অট্টালিকা, ধ্বংসস্তূপৰ মাজত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা…
  • পঞ্জাৱৰ মোহালীত খহি পৰিল এটা তিনিমহলীয়া অট্টালিকা।
  • শনিবাৰে দুপৰীয়া সংঘটিত হয় এই ঘটনা।
  • অট্টালিকাটোৰ ধ্বংসস্তূপৰ মাজত কেইবাজনো লোক আৱদ্ধ হৈ থকাৰ আশংকা।
  • ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী বাহিনীৰ দল।
  • বৰ্তমানে অব্যাহত ৰখা হৈছে উদ্ধাৰ অভিযান।
  • পুৰণি হোৱা বাবেই অট্টালিকাটো খহি পৰা বুলি সন্দেহ কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in