শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

পঞ্জাৱৰ মোহালীত খহি পৰিল এটা তিনিমহলীয়া অট্টালিকা, ধ্বংসস্তূপৰ মাজত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা…

74
  • পঞ্জাৱৰ মোহালীত খহি পৰিল এটা তিনিমহলীয়া অট্টালিকা।
  • শনিবাৰে দুপৰীয়া সংঘটিত হয় এই ঘটনা।
  • অট্টালিকাটোৰ ধ্বংসস্তূপৰ মাজত কেইবাজনো লোক আৱদ্ধ হৈ থকাৰ আশংকা।
Image
  • ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী বাহিনীৰ দল।
  • বৰ্তমানে অব্যাহত ৰখা হৈছে উদ্ধাৰ অভিযান।
  • পুৰণি হোৱা বাবেই অট্টালিকাটো খহি পৰা বুলি সন্দেহ কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি