উত্তৰ-পূব অৰুণাচলপ্ৰদেশত আটক এন এছ চি এন (আৰ)ৰ সদস্য… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Sep 15, 2019 ত শেষ সম্পাদনা কৰা হৈছে 110 শ্বেয়াৰ কৰক এন এছ চি এন (আৰ)ৰ এজন সদস্যক আটক।সেনা বাহিনী আৰু আৰক্ষীৰ যৌথ অভিযানত আটক সদস্যজন।অৰুণাচলপ্ৰদেশৰ টিৰাপ জিলাত আটক কৰা হয় এন এছ চি এন (আৰ)ৰ সদস্যজনক।লগতে উদ্ধাৰ কৰা হৈছে অস্ত্ৰ-শস্ত্ৰ। 110 শ্বেয়াৰ কৰক