এটা পৰিত্যক্ত বেগক লৈ জম্মু-কাশ্মীৰৰ অনন্তনাগত তীব্ৰ চাঞ্চল্য…

এটা পৰিত্যক্ত বেগক লৈ জম্মু-কাশ্মীৰৰ অনন্তনাগত তীব্ৰ চাঞ্চল্য…

  • জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ সন্দেহজনক সামগ্ৰী।
  • অনন্তনাগ জিলাৰ ৱানপোহৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই উদ্ধাৰ হয় এটা বেগ।
  • বেগৰ ভিতৰত বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক।
  • ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হৈছে।
  • পৰিত্যক্ত বেগৰ ভিতৰত কি আছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
  • স্থানীয় সকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে।
  • ঘটনাক কেন্দ্ৰ কৰি শংকিত হৈ আছে অঞ্চলবাসী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in