শেহতীয়া খবৰ
টুটু আমাৰ বৰ মৰমৰ আছিল...  •  টুটু আমাৰ বৰ মৰমৰ আছিল...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

এটা পৰিত্যক্ত বেগক লৈ জম্মু-কাশ্মীৰৰ অনন্তনাগত তীব্ৰ চাঞ্চল্য…

167
  • জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ সন্দেহজনক সামগ্ৰী।
  • অনন্তনাগ জিলাৰ ৱানপোহৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই উদ্ধাৰ হয় এটা বেগ।
  • বেগৰ ভিতৰত বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক।
  • ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হৈছে।
  • পৰিত্যক্ত বেগৰ ভিতৰত কি আছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।
  • স্থানীয় সকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে।
  • ঘটনাক কেন্দ্ৰ কৰি শংকিত হৈ আছে অঞ্চলবাসী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি