উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল দ্ৰুতবেগী বাহন, নিহত ১, আহত ৫

উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল দ্ৰুতবেগী বাহন, নিহত ১, আহত ৫
  • হায়দৰাবাদৰ ভৰত নগৰত ভয়ংকৰ দুৰ্ঘটনা।
  • ফ্লাই অভাৰৰ পৰা বাগৰি তলত পৰিল এখন দ্ৰুতবেগী বাহন।
  • নিয়ন্ত্ৰণ হেৰুৱাই ফ্লাইঅভাৰৰ পৰা তলত বাগৰি পৰে বাহনখন।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় বাহনখনৰ চালকজনৰ।
  • আনহাতে অইন ৫জন লোক আহত হৈছে এই দুৰ্ঘটনাত।
  • আহত সকলক ভৰ্তি কৰা হৈছে গান্ধী হাস্পতালত।
  • আহতসকলৰ দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in