তামিলনাডুৰ কয়ম্বতুৰত ‘কা’ আৰু এনআৰচি বিৰোধী প্ৰতিবাদ…

তামিলনাডুৰ কয়ম্বতুৰত ‘কা’ আৰু এনআৰচি বিৰোধী প্ৰতিবাদ…
  • তামিলনাডুৰ কয়ম্বতুৰত 'কা' আৰু এনআৰচি বিৰোধী প্ৰতিবাদ।
  • দেওবাৰে সন্ধিয়া 'কা' আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হয় কয়ম্বতুৰত।
  • কেইবা সহস্ৰাধিক লোকে অংশ লয় এই প্ৰতিবাদী কাৰ্যসূচীত।
  • 'কা' আৰু এনআৰচি বাতিল কৰাৰ দাবী প্ৰতিবাদকাৰীৰ।
  • বিভিন্ন চৰকাৰবিৰোধী ধ্বনিৰে প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in