শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

এটা ফোন কলে গলাইছে ভাৰত পাকিস্তানৰ মাজৰ বৰফ…

ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ মাজতে এটি ফোনকলে দুয়োখন দেশৰ মাজত জম্মু আৰু কাশ্মীৰত বৰ্তমানৰ যুদ্ধবিৰতিৰ পথ প্ৰশস্ত কৰে। এক সূত্ৰই এই কথা প্ৰকাশ কৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত । শেহতীয়া বছৰবোৰত গুলীচালনাৰ ঘটনা বৃদ্ধি হোৱাৰ ফলত এই ঘটনাই সীমান্তত বাস কৰা নাগৰিকসকলৰ বাবে নতুন আশাৰ সৃষ্টি কৰিছে।

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতাৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু ২০০৩ চনত ভাৰতে গ্ৰহণ কৰিছিল। ই ২০১৬ লৈকে চলিছিল, তাৰ পিছতে উৰিত সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল। ২০১৬ আৰু ২০১৮ চনৰ ভিতৰত বহুবাৰ যুদ্ধবিৰতি উলংঘন হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি