এটা ফোন কলে গলাইছে ভাৰত পাকিস্তানৰ মাজৰ বৰফ…

এটা ফোন কলে গলাইছে ভাৰত পাকিস্তানৰ মাজৰ বৰফ…

ডিজিটেল ডেস্ক : ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযানৰ মাজতে এটি ফোনকলে দুয়োখন দেশৰ মাজত জম্মু আৰু কাশ্মীৰত বৰ্তমানৰ যুদ্ধবিৰতিৰ পথ প্ৰশস্ত কৰে। এক সূত্ৰই এই কথা প্ৰকাশ কৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত । শেহতীয়া বছৰবোৰত গুলীচালনাৰ ঘটনা বৃদ্ধি হোৱাৰ ফলত এই ঘটনাই সীমান্তত বাস কৰা নাগৰিকসকলৰ বাবে নতুন আশাৰ সৃষ্টি কৰিছে।

ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতাৰ প্ৰস্তাৱ দিয়া হৈছিল আৰু ২০০৩ চনত ভাৰতে গ্ৰহণ কৰিছিল। ই ২০১৬ লৈকে চলিছিল, তাৰ পিছতে উৰিত সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল। ২০১৬ আৰু ২০১৮ চনৰ ভিতৰত বহুবাৰ যুদ্ধবিৰতি উলংঘন হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in