সভ্য সমাজক লজ্জানত কৰা কাণ্ড! খাদ্য দিয়াৰ চলেৰে বাছ ষ্টপত গণধৰ্ষণ মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক…

সভ্য সমাজক লজ্জানত কৰা কাণ্ড! খাদ্য দিয়াৰ চলেৰে বাছ ষ্টপত গণধৰ্ষণ মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক…
  • দিল্লীৰ চানলাইট কলনীত মানৱতাক লজ্জানত কৰা ঘটনা।
  • মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাক গণধৰ্ষণ চলালে দুই পাষণ্ডই।
  • চানলাইট কলনী অঞ্চলৰ এটা বাছ ষ্টপত সংঘটিত কৰে এই নিৰ্লজ্জ কাণ্ড।
  • মহিলাগৰাকীক খাদ্য দিয়াৰ চলেৰে সংঘটিত কৰে এনে কাণ্ড।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে এটা গোচৰ।
  • অভিযুক্ত দুজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in