কোভিড-১৯ক লৈ দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক…

কোভিড-১৯ক লৈ দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক…
  • কোভিড-১৯ক লৈ দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • ৰাজনাথ সিঙৰ বাসগৃহত অনুষ্ঠিত হৈছে এই বৈঠক।
  • অন্যান্য মন্ত্ৰীসকলৰ লগতে উপস্থিত আছে গৃহমন্ত্ৰী অমিত শ্বাহ।
  • কোৰোনাৰ সৈতে আগন্তুক সময়ত কেনেদৰে মোকাবিলা কৰিব তাক লৈ আলোচনা বৈঠকত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in