শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

ভেকচিন গ্ৰহণ নকৰাকৈয়ে লাভ কৰিলে ভেকচিন গ্ৰহণৰ প্ৰমাণ পত্ৰ…

ভেকচিন গ্ৰহণ নকৰাকৈয়ে লাভ কৰিলে ভেকচিন গ্ৰহণৰ মেচেজ…

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ভূপালত সংঘটিত হৈছে এক আজৱ ঘটনা। ক’ভিড-১৯ৰ ভেকচিন গ্ৰহণ নকৰাকৈয়ে এগৰাকী ব্যক্তিয়ে লাভ কৰিলে সফলতাৰে ভেকচিন গ্ৰহণৰ বাৰ্তা । ভূপালৰ দিব্যাংশ জাৱাৰ নামৰ ব্যক্তিজনৰ লগত সংঘটিত হৈছে এই ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি বিগত ২৭ মে’ তাৰিখে দিব্যাংশে ক’ভিড-১৯ৰ ভেকচিন গ্ৰহণ কৰিবলৈ অনলাইন মাধ্যমৰে শ্লট বুকিং কৰিছিল। কিন্তু দিব্যাংশে ভেকচিন গ্ৰহণ কৰাৰ পূৰ্বেই তেওঁৰ মোবাইললৈ সংশ্লিষ্ট বিভাগৰ পৰা সফলতাৰে ভেকচিন গ্ৰহণ কৰাৰ মেচেজ আহে।লগতে তেওঁলৈ আহে ভেকচিন গ্ৰহণৰ প্ৰমাণ পত্ৰ।

ক্লিক কৰি পঢ়কঃ সহযোগীক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰিলে CRPF জোৱানে…

দিব্যাংশ জাৱাৰ লগত সংঘটিত হোৱা এই ঘটনা আজি পোহৰলৈ আহিছে। এ এন আইত এই খবৰ প্ৰকাশ পোৱাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি