নাৰকীয়! ৰাজপথত শিৰচ্ছেদ পত্নীক, তাৰ পিছত আত্মসমৰ্পন…

নাৰকীয়! ৰাজপথত শিৰচ্ছেদ পত্নীক, তাৰ পিছত আত্মসমৰ্পন…
  • অন্ধ্ৰপ্ৰদেশৰ বিজয়বাড়াত লোমহৰ্ষক নাৰকীয় ঘটনা।
  • পথৰ ওপৰতে পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে।
  • বিজয়বাড়াৰ সত্যনাৰায়াণ পুৰম এলেকাত সংঘটিত হয় এই ঘটনা।
  • পত্নীক শিৰচ্ছেদ কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে লোকজনে।
  • প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য অনুসৰি লোকজনে পত্নীৰ কটা মূৰ হাতত লৈ ৰাজপথেৰে খোজ কাঢ়ি গৈছিল।
  • তাৰ পিছৰে পথৰ কাষৰ এটা নলাত দলিয়াই দিছিল মূৰটো।
  • ইফালে ঘটনা সন্দৰ্ভত লোকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  • ৰাজপথৰ পৰা মহিলাগৰাকীৰ মুণ্ডবিহীন শৱদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
  • অৱশ্যে পত্নীক কিয় হত্যা কৰিলে, সেয়া এতিয়াও আৰক্ষীৰ আগত স্বীকাৰ কৰা নাই অপৰাধীজনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in