Published on:
Updated on:
- দ্বিতীয় উৰুভাট্টি আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত জিলিকিল সুমন দুৱৰাৰ ছুটি ছবি 'এ লিটিল ছানচাইন'।
- মহোৎসৱখনত 'এ লিটিল ছানচাইনে' লাভ কৰিলে শ্ৰেষ্ঠ ভাৰতীয় ছুটি ছবিৰ সন্মান।
- ডাঃ হিতেশ বৰুৱাৰ প্ৰযোজনাত নিৰ্মাণ কৰা এই ছুটি ছবিখনত অভিনয় কৰিছে অমৰ জ্যোতি চৌধুৰী, অপৰ্ণা দত্ত চৌধুৰী আৰু দেৱাশীষ বৰঠাকুৰে।
- ছবিখনৰ সংলাপ সঞ্জীৱ হাজৰিকাৰ, সংগীত ডাঃ হিতেশ বৰুৱা আৰু ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে দেৱজিৎ গায়নে।
- উল্লেখ্য যে ১১ সংখ্যক পুনে ছুটি ছবি মহোৎসৱলৈও নিৰ্বাচিত হৈছিল এ লিটি ছানচাইন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in