শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

সুমন দুৱৰাৰ ‘এ লিটিল ছানচাইন’লৈ শ্ৰেষ্ঠ ভাৰতীয় ছুটি ছবিৰ সন্মান…

  • দ্বিতীয় উৰুভাট্টি আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত জিলিকিল সুমন দুৱৰাৰ ছুটি ছবি ‘এ লিটিল ছানচাইন’।
  • মহোৎসৱখনত ‘এ লিটিল ছানচাইনে’ লাভ কৰিলে শ্ৰেষ্ঠ ভাৰতীয় ছুটি ছবিৰ সন্মান।
  • ডাঃ হিতেশ বৰুৱাৰ প্ৰযোজনাত নিৰ্মাণ কৰা এই ছুটি ছবিখনত অভিনয় কৰিছে অমৰ জ্যোতি চৌধুৰী, অপৰ্ণা দত্ত চৌধুৰী আৰু দেৱাশীষ বৰঠাকুৰে।
  • ছবিখনৰ সংলাপ সঞ্জীৱ হাজৰিকাৰ, সংগীত ডাঃ হিতেশ বৰুৱা আৰু ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে দেৱজিৎ গায়নে।
  • উল্লেখ্য যে ১১ সংখ্যক পুনে ছুটি ছবি মহোৎসৱলৈও নিৰ্বাচিত হৈছিল এ লিটি ছানচাইন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি