নিশা বাসগৃহত সোমাই নাহৰফুটুকীয়ে ধৰি নিলে পোহনীয়া কুকুৰ! চাওঁক VIDEO

নিশা বাসগৃহত সোমাই নাহৰফুটুকীয়ে ধৰি নিলে পোহনীয়া কুকুৰ! চাওঁক VIDEO
  • কৰ্ণাটকৰ এটা বাসগৃহৰ চৌহদত সোমাল এটা নাহৰফুটুকী।
  • ৰাজ্যখনৰ শিৱামোগ্গাৰ এটা বাসগৃহত সোমাল এই নাহৰফুটুকীটো।
  • নিশা নাহৰফুটুকীটো বাসগৃহটোৰ চৌহদত সোমাই ধৰি নিলে এটা পোহনীয়া কুকুৰ।
  • এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হ'ল চিচি টিভি কেমেৰাত।
  • শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in