শৰাইঘাটৰ নতুন দলঙত অঘটন

ফাইল ফটো
ফাইল ফটো
  • শৰাইঘাটৰ নতুন দলঙত অঘটন।
  • দলঙৰ পৰা জঁপিয়াই আত্মহনন মহিলাৰ।
  • মহিলাগৰাকীৰ ঘৰ মহানগৰীৰ ফটাশিলত বুলি জানিব পৰা গৈছে।
  • মৃত মহিলাগৰাকীৰ নাম ডলী ঝাঁ।
  • নদী আৰক্ষীয়ে উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ।
  • ইফালে ব্ৰহ্মপুত্ৰত উদ্ধাৰ হৈছে আন এটা অচিনাক্ত পুৰুষৰ মৃতদেহ।
  • মৃতদেহটো উদ্ধাৰ কৰে এছডিআৰএফে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in