জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ যুদ্ধবিৰতি উলংঘন, নিহত ভাৰতীয় সেনা জোৱান…

  • জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।
  • জম্মু-কাশ্মীৰৰ কৃষ্ণা ঘাটি ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।
  • ভাৰতীয় সেনায়ো দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।
  • পাক সেনাৰ গুলীত প্ৰাণ হেৰুৱালে এজন ভাৰতীয় সেনা জোৱানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in