হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পৰেশ্যন প্লান্টৰ গেছ টেংকত বিস্ফোৰণ, অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা…

হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পৰেশ্যন প্লান্টৰ গেছ টেংকত বিস্ফোৰণ, অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা…
  • ওন্নাৱস্থিত হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্পৰেশ্যন প্লান্টত ভয়ংকৰ অগ্নিকাণ্ড।
  • এটা গেছ টেংকত বিস্ফোৰণৰ ফলত সংঘটিত এই অগ্নিকাণ্ড।
  • উক্ত স্থানত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in