মহাৰাষ্ট্ৰৰ পশ্চিম থানেত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড…

মহাৰাষ্ট্ৰৰ পশ্চিম থানেত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড…
  • মহাৰাষ্ট্ৰৰ পশ্চিম থানেত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ।
  • এটি কাৰ্যালয়ত সংঘটিত হয় এই অগ্নিকাণ্ড ।
  • বুধবাৰে ৰাতিপুৱা সংঘটিত হয় এই অগ্নিকাণ্ড ।
  • অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয় ।
  • অগ্নিকাণ্ডৰ ফলত বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in