লিডুত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য

  • লিডুত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।
  • বাছ আস্থানত একাংশ লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।
  • পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।
  • স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।
  • বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত যুৱকজনৰ পৰিচয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in