বিশাখাপট্টনমত ক্ৰেন বাগৰি পৰাৰ ফলত ১০গৰাকী লোকৰ মৃত্যু, VIDEO
- অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ভয়ংকৰ অঘটন।
- হিন্দুস্তান শ্বিপয়াৰ্ড লিমিটেডত এখন ক্ৰেন বাগৰি পৰাৰ ফলত ১০গৰাকী লোকৰ মৃত্যু।
- ১গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।
- সম্পূৰ্ণ ঘটনাৰ ওপৰত তদন্তৰ ঘোষণা কৰিছে প্ৰশাসনে।
- এই সম্পূৰ্ণ ঘটনাৰ বন্ধী হৈছিল কেমেৰাত।