শেহতীয়া খবৰ
গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...  •  বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ'ল দুজন...

মাংগালুৰুৰ এখন চিকিৎসালয়ৰ পৰা পলায়ন কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ…

29
  • কৰ্ণাটকৰ মাংগালুৰুত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।
  • মাংগালুৰুৰ এখন কোভিড চিকিৎসালয়ৰ পৰা কোৰোনাক্ৰান্ত ৰোগীৰ পলায়ন।
  • মাংগালুৰু আৰক্ষী আয়ুক্ত বিকাশ কুমাৰে সদৰী কৰে এই কথা।
  • লোকজনক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান।
  • উল্লেখ্য যে, ৯ মাৰ্চ, ২০২০তো মাংগালুৰুৰ এখন হাস্পতালৰ পৰা পলায়ন কৰিছিল এজন কোভিড-১৯ পজিটিভ ৰোগীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি