মুম্বাইত চলন্ত বাহনত অগ্নিকাণ্ড…

মুম্বাইত চলন্ত বাহনত অগ্নিকাণ্ড…
  • মুম্বাইত ভয়ংকৰ অগ্নিকাণ্ড।
  • মুম্বাইৰ ক্ৰফ'ৰ্ড মাৰ্কেটৰ সমীপত এখন চলন্ত বাহনত এই অগ্নিকাণ্ড।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ অহা নাই।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে ইতিমধ্যে নিৰ্বাপিত কৰিছে জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in