শেহতীয়া খবৰ
অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে অসমৰ শিল্পীৰ সা-সামগ্ৰীৰ লগতে বাহন  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO  •  ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি...  •  আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়...  •  ‘আমাৰ যুদ্ধ কাশ্মীৰৰ বাবে, কাশ্মীৰ বিৰুদ্ধে নহয়...’  •  বাদোহীৰ কাৰ্পেট ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ, থিতাতে নিহত ১০ জন...

৫ ছেপ্টেম্বৰৰ উত্তৰ গুৱাহাটীৰ ভটভটি দুৰ্ঘটনাত নিখোজ বাইক উদ্ধাৰ!

546
  • সৰস্বতী পূজাৰ দিনাই উত্তৰ গুৱাহাটীত চাঞ্চল্য।
  • ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ পৰিত্যক্ত বাইক।
  • উদ্ধাৰ হোৱা বাইক খন ৫ ছেপ্তেম্বৰৰ নাও দুৰ্ঘটনাৰ বুলি সন্দেহ।
  • নাওঁ দুৰ্ঘটনাস্থলীতে উদ্ধাৰ হয় বাইক খন।
  • ৰাইজৰ খবৰৰ ভিত্তিত নদী আৰক্ষীয়ে উদ্ধাৰ কৰে বাইক খন।

  • এএছ২৫-এফ-৬৫৫৮নম্বৰৰ বাইকখন চুপাৰ স্প্লেণ্ডাৰ।
  • উল্লেখ্য যে, নাওঁ দু্ৰ্ঘটনাত মুঠ ৭ খন বাইক নিখোজ হৈছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি