৫ ছেপ্টেম্বৰৰ উত্তৰ গুৱাহাটীৰ ভটভটি দুৰ্ঘটনাত নিখোজ বাইক উদ্ধাৰ!

৫ ছেপ্টেম্বৰৰ উত্তৰ গুৱাহাটীৰ ভটভটি দুৰ্ঘটনাত নিখোজ বাইক উদ্ধাৰ!
  • সৰস্বতী পূজাৰ দিনাই উত্তৰ গুৱাহাটীত চাঞ্চল্য।
  • ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ পৰিত্যক্ত বাইক।
  • উদ্ধাৰ হোৱা বাইক খন ৫ ছেপ্তেম্বৰৰ নাও দুৰ্ঘটনাৰ বুলি সন্দেহ।
  • নাওঁ দুৰ্ঘটনাস্থলীতে উদ্ধাৰ হয় বাইক খন।
  • ৰাইজৰ খবৰৰ ভিত্তিত নদী আৰক্ষীয়ে উদ্ধাৰ কৰে বাইক খন।
  • এএছ২৫-এফ-৬৫৫৮নম্বৰৰ বাইকখন চুপাৰ স্প্লেণ্ডাৰ।
  • উল্লেখ্য যে, নাওঁ দু্ৰ্ঘটনাত মুঠ ৭ খন বাইক নিখোজ হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in