শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

কোভিড-১৯ঃ ৰাজস্থানত হাস্পতালৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা এজনৰ…

51
  • ৰাজস্থানত এখন হাস্পতালৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা এজন ব্যক্তিৰ।
  • ৰাজস্থান ইউনিভাৰ্ছিটী অৱ হেলথ ছায়েঞ্চত ভৰ্তি কৰা হৈছিল ব্যক্তিজনক।
  • কোৰোনাত আক্ৰান্ত হোৱাৰ সন্দেহত ভৰ্তি কৰা হৈছিল ব্যক্তিজনক।
  • ব্যক্তিজনৰ কোভিড পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি সদৰী কৰে স্থানীয় আৰক্ষীয়ে
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি