কোভিড-১৯ঃ ৰাজস্থানত হাস্পতালৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা এজনৰ…

কোভিড-১৯ঃ ৰাজস্থানত হাস্পতালৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা এজনৰ…
  • ৰাজস্থানত এখন হাস্পতালৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা এজন ব্যক্তিৰ।
  • ৰাজস্থান ইউনিভাৰ্ছিটী অৱ হেলথ ছায়েঞ্চত ভৰ্তি কৰা হৈছিল ব্যক্তিজনক।
  • কোৰোনাত আক্ৰান্ত হোৱাৰ সন্দেহত ভৰ্তি কৰা হৈছিল ব্যক্তিজনক।
  • ব্যক্তিজনৰ কোভিড পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি সদৰী কৰে স্থানীয় আৰক্ষীয়ে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in