আমিনগাঁৱৰ এমএছএমই প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী…

আমিনগাঁৱৰ এমএছএমই প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী…
  • আমিনগাঁৱৰ এমএছএমই প্রশিক্ষণ কেন্দ্ৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • ২৫০ বিচনাযুক্ত কোভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ কৰা হৈছে এমএছএমই ট্ৰেইনিং চেন্টাৰত।
  • কোভিড কেয়াৰ চেন্টাৰৰ কাম-কাজ চাবলৈয়ে তাত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰীগৰাকী।
  • অসমত কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰতিদিনাই চিকিৎসা সেৱা অধিক উন্নত কৰাৰ কথা সদৰী কৰে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in