শেহতীয়া খবৰ
মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি অভিনেতা সঞ্জয় দত্ত...  •  ৰাজ্যত পুনৰ ২২১৮ জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৫৭,৭১৪জনলৈ বৃদ্ধি...  •  দৰঙত কোভিডত আক্ৰান্তৰ সংখ্যা ১৭৩০ জনলৈ বৃদ্ধি..  •  ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত...  •  সুশান্ত সিঙে কাম অভাৱত আত্মহত্যা কৰা নাছিল! মৃত্যুৰ আগদিনাও পাইছিল দুখন চিনেমাৰ অফাৰ...  •  কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৮জনৰ মৃত্যু...  •  ৫ শ্ৰেষ্ঠ ৰম্যপূৰীৰ অন্যতম পানীমূৰ-উমৰাংছুত শগুণ পৰাদি পৰিছে চূণশিল-কয়লা-বালি-শিলৰ লুন্ঠনকাৰী নেতা...  •  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক আৰু শিলচৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ কৃত্বিত্বৰ বঁটা...  •  দেশৰ প্ৰতিটো প্ৰান্তত পাব হাইস্পিড ইন্টাৰনেট, বিএছএনএলৰ ‘BookMyFiber’ পৰ্টেল মুকলি...

আমিনগাঁৱৰ এমএছএমই প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী…

60
  • আমিনগাঁৱৰ এমএছএমই প্রশিক্ষণ কেন্দ্ৰত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • ২৫০ বিচনাযুক্ত কোভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ কৰা হৈছে এমএছএমই ট্ৰেইনিং চেন্টাৰত।
Image
  • কোভিড কেয়াৰ চেন্টাৰৰ কাম-কাজ চাবলৈয়ে তাত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰীগৰাকী।
  • অসমত কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰতিদিনাই চিকিৎসা সেৱা অধিক উন্নত কৰাৰ কথা সদৰী কৰে তেওঁ।
Image
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি