শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

দ্বিতীয় মহলাৰ পৰা বাগৰি পৰিল এটি দুবছৰীয়া শিশু, কথমপি ৰক্ষা পৰিল প্ৰাণ… চাওঁক VIDEO

116
  • দামান চহৰত কথমপি প্ৰাণ ৰক্ষা পৰিল এটি দুবছৰীয়া শিশুৰ।
  • শিশুটি এটা অট্টালিকৰা দ্বিতীয় মহলাৰ পৰা তলত বাগৰি পৰে।
  • কিন্তু স্থানীয় কেইজনমান লোকে শিশুটিক তলত বাগৰি পৰা সময়তে ধৰাৰ বাবে ৰক্ষা পৰি প্ৰাণ।
  • এই ভয়াৱহ ঘটনাত অৱশ্যে শিশুটি আহত হোৱা নাই বুলি জানিব পৰা যায়।
  • এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছে কেমেৰাত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি