দ্বিতীয় মহলাৰ পৰা বাগৰি পৰিল এটি দুবছৰীয়া শিশু, কথমপি ৰক্ষা পৰিল প্ৰাণ… চাওঁক VIDEO

দ্বিতীয় মহলাৰ পৰা বাগৰি পৰিল এটি দুবছৰীয়া শিশু, কথমপি ৰক্ষা পৰিল প্ৰাণ… চাওঁক VIDEO
  • দামান চহৰত কথমপি প্ৰাণ ৰক্ষা পৰিল এটি দুবছৰীয়া শিশুৰ।
  • শিশুটি এটা অট্টালিকৰা দ্বিতীয় মহলাৰ পৰা তলত বাগৰি পৰে।
  • কিন্তু স্থানীয় কেইজনমান লোকে শিশুটিক তলত বাগৰি পৰা সময়তে ধৰাৰ বাবে ৰক্ষা পৰি প্ৰাণ।
  • এই ভয়াৱহ ঘটনাত অৱশ্যে শিশুটি আহত হোৱা নাই বুলি জানিব পৰা যায়।
  • এই সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছে কেমেৰাত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in