শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

শনিবাৰে অসম বন্ধ, বন্ধলৈ কৃষক মুক্তিৰ সমৰ্থন…

  • নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শনিবাৰে টাইপা অসম বন্ধ আহ্বান।
  • কেইটামান দিনৰ পূৰ্বে সংগঠনটোৱে ঘোষণা কৰিছিল এই কাৰ্যসূচী।
  • এই দাবীৰ উপৰিও প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ বিৰোধিতা কৰা টাই আহোম যুৱ পৰিষদৰ ১২ ঘণ্টীয়া বন্ধলৈ সমৰ্থন জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
  • এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৰ নেতৃত্বই অৱগত কৰিছে কথা।
  • উল্লেখ্য যে, ৯ ফেব্ৰুৱাৰীত পুৱা ৫ বজাৰ পৰা আৰম্ভ হ’ব এই বন্ধ কাৰ্যসূচী।