Published on:
Updated on:
- নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শনিবাৰে টাইপা অসম বন্ধ আহ্বান।
- কেইটামান দিনৰ পূৰ্বে সংগঠনটোৱে ঘোষণা কৰিছিল এই কাৰ্যসূচী।
- এই দাবীৰ উপৰিও প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ বিৰোধিতা কৰা টাই আহোম যুৱ পৰিষদৰ ১২ ঘণ্টীয়া বন্ধলৈ সমৰ্থন জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
- এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৰ নেতৃত্বই অৱগত কৰিছে কথা।
- উল্লেখ্য যে, ৯ ফেব্ৰুৱাৰীত পুৱা ৫ বজাৰ পৰা আৰম্ভ হ'ব এই বন্ধ কাৰ্যসূচী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in