ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি…

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮লৈ বৃদ্ধি…
  • ৪ এপ্ৰিলৰ দিনা সমগ্ৰ দেশত ১১,১৮৫জন নমুনাৰ পৰীক্ষা কৰা হৈছে।
  • ইয়াৰে ৩২৪জনৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি।
  • ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্জে সদৰী কৰিছে এই তথ্য।
  • ভাৰতত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৩৫০১জন।
  • এতিয়ালৈকে ৯৮জন লোকৰ মৃত্যু হৈছে কোৰোনা ভাইৰাছত।
  • সৰ্বাধিক লোক মৃত্যু হৈছে মহাৰাষ্ট্ৰত।
  • মহাৰাষ্ট্ৰত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৩৭জন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in