৯৭ বছৰ গৰকা বৰপথাৰৰ এখন দূৰ্গা পূজা…

৯৭ বছৰ গৰকা বৰপথাৰৰ এখন দূৰ্গা পূজা…

ডিজিটেল সংবাদ, সৰুপথাৰঃ ৯৭ বছৰ গৰকা ধনশিৰি মহকুমাৰ বৰপথাৰৰ এখন পূজা ।

বৰপথাৰ নগৰৰ মাজমজিয়াত অৱস্থিত এই বাৰোৱাৰী পূজা মণ্ডপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে কিয়নো কৈলাশ পাহাৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপটি ।

এইবাৰৰ পূজা মণ্ডপটি প্লাষ্টিকৰ প্ৰতি লক্ষ্য ৰাখি প্লাষ্টিক মুক্ত মণ্ডপ নিৰ্মাণ কৰা হৈছে বুলি বাৰোৱাৰী পূজা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in