শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী  •  সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা...  •  ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

আহমেদাবাদত ৯৪জন অসম-নগালেণ্ডৰ শ্ৰমিকক উদ্ধাৰ…

410
  • আহমেদাবাদত আৰক্ষীয়ে উদ্ধাৰ কৰিলে প্ৰায় ৯৪জনকৈ শ্ৰমিকক।
  • উদ্ধাৰ কৰা শ্ৰমিক কেইজনৰ ভিতৰত ১২জন নাবালিক।
  • আৰক্ষীয়ে জনাইছে যে, উদ্ধাৰ কৰা আটাইকেইজন অসম আৰু নগালেণ্ডৰ বাসিন্দা।
  • এই সন্দৰ্ভত আৰক্ষী বিষয়া এ মাকৱানাই কয়-
  • ‘তেওঁলোকে কৰা কামৰ বিপৰীতে লাভ কৰা নাছিল কোনো ধন।’
  • ‘এটা কেমিকেল ফেক্টৰীত কাম কৰি আছিল শ্ৰমিক কেইজনে।’
  • ‘লগতে তেওঁলোকক ঘৰলৈ যাবলৈও দিয়া হোৱা নাছিল।’
  • ‘আমি ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছো।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি