হাৰমতীত প্ৰায় পোন্ধৰ লাখ টকাৰ ৯০০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ…

হাৰমতীত প্ৰায় পোন্ধৰ লাখ টকাৰ ৯০০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ…
  • লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ হাৰমতীত আবকাৰীয়ে জব্দ কৰে পোন্ধৰ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলী সুৰা।
  • শুকুৰবাৰে আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ।
  • AS09AC 5833 নম্বৰৰ এখন ট্ৰাকত নাহৰলগুনৰ পৰা পাচিঘাটলৈ সুৰা কঢ়িয়াই অনা ট্ৰাকখন হাৰমতীত আবকাৰীয়ে জব্দ কৰে।
  • নিৰ্দিষ্ট নথি পত্ৰৰ উপৰিও বাধ্যতামূলক মূলক ভাবে থাকিব লগা ডিজিটেল লক নথকাৰ বাবেই ট্ৰাকখন জব্দ কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in