Published on:
Updated on:
- ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশত দুটা ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতি।
- উত্তৰ প্ৰদেশৰ সোনভদ্ৰাত সংঘটিত হয় এই ঘটনা।
- ভূমি বিবাদক কেন্দ্ৰ কৰি দুয়োটা ফৈদে কৰে গুলীচালনাত।
- গুলীচালনাত নিহত হৈছে ৯ জনকৈ লোক।
- ইফালে সংঘৰ্ষত নিহতৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে জিলা দণ্ডাধীশ অংকিত কুমাৰ আগৰৱালে।
- সংঘৰ্ষত আহত সকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in