৯ আৰু ১০ ডিচেম্বৰত কোনে কোনে দিছে অসম বন্ধ…

৯ আৰু ১০ ডিচেম্বৰত কোনে কোনে দিছে অসম বন্ধ…

  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ অসম বন্ধ আহ্বান।
  • অসমীয়া যুৱ মঞ্চই ৯ ডিচেম্বৰত এই বিধেয়কৰ বিৰুদ্ধে আহ্বান দিছে ১২ ঘণ্টীয়া অসম বন্ধ।
  • কেব বাতিলৰ দাবীত ৯ ডিচেম্বৰত অসম বন্ধৰ আহ্বান দিছে অসম চুতীয়া ছাত্ৰ সন্থাই।
  • সংগঠনটোৱে আহ্বান দিছে ১২ ঘণ্টীয়া অসম বন্ধৰ।
  • ৯ আৰু ১০ ডিচেম্বৰত ৪৮ ঘণ্টীয়া অসম বন্ধৰ আহ্বান দিছে সদৌ মৰাণ ছাত্ৰ সন্থাই।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৬ জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আহ্বান দিয়া হৈছে এই বন্ধ।
  • ১০ ডিচেম্বৰত উত্তৰ-পূব ছাত্ৰ সন্থাই আহ্বান দিছে উত্তৰ-পূব ভাৰত বন্ধ।
  • সেই বন্ধলৈ সমৰ্থন দিছে বিভিন্ন দল-সংগঠনে।
  • ৯ ডিচেম্বৰত অসম বন্ধৰ আহ্বান আক্ৰাছুৰ।
  • ৩৬ ঘণ্টীয়া অসম বন্ধৰ আহ্বান দিছে আক্ৰাছুৱে।
  • ৯ আৰু ১০ ডিচেম্বৰত অসম বন্ধৰ কাৰ্যসূচীক বিভিন্ন দল-সংগঠনে দিছে সমৰ্থন।
  • অসম বন্ধৰ বাবেই ৯ আৰু ১০ ডিচেম্বৰত বিশ্বনাথৰ গহপুৰত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী বাতিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in