শেহতীয়া খবৰ
হাজো-নলবাৰী পথৰ এলেংগীদলত পথ দুৰ্ঘটনা,নিহত ১  •  পশ্চিম গোৱালপাৰাত 'কা' বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত গণ সমাৱেশ...  •  মঙলদৈত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন...  •  ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ...  •  চীনত কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২জনলৈ বৃদ্ধি...  •  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অৰ্ধশতাধিক মহিলাৰ চাফাই অভিযান...  •  নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ... VIDEO  •  পথৰ দুৰৱস্থা! ১২ কিলোমিটাৰ চাঙিত কঢ়িয়াই নিব লগা হৈছে ৰোগীক... VIDEO  •  বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন হলে স্বয়ংক্ৰিয়ভাৱে বড়োলেণ্ড পৃথক ৰাজ্য গঠন হ'বইঃ হাগ্ৰামা...  •  ড০ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চানমাৰী থানাত গোচৰ ৰুজু...

৯ আৰু ১০ ডিচেম্বৰত কোনে কোনে দিছে অসম বন্ধ…

19,329
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ অসম বন্ধ আহ্বান।
  • অসমীয়া যুৱ মঞ্চই ৯ ডিচেম্বৰত এই বিধেয়কৰ বিৰুদ্ধে আহ্বান দিছে ১২ ঘণ্টীয়া অসম বন্ধ।
  • কেব বাতিলৰ দাবীত ৯ ডিচেম্বৰত অসম বন্ধৰ আহ্বান দিছে অসম চুতীয়া ছাত্ৰ সন্থাই।
  • সংগঠনটোৱে আহ্বান দিছে ১২ ঘণ্টীয়া অসম বন্ধৰ।
  • ৯ আৰু ১০ ডিচেম্বৰত ৪৮ ঘণ্টীয়া অসম বন্ধৰ আহ্বান দিছে সদৌ মৰাণ ছাত্ৰ সন্থাই।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৬ জনগোষ্ঠী জনজাতিকৰণৰ দাবীত আহ্বান দিয়া হৈছে এই বন্ধ।
  • ১০ ডিচেম্বৰত উত্তৰ-পূব ছাত্ৰ সন্থাই আহ্বান দিছে উত্তৰ-পূব ভাৰত বন্ধ।
  • সেই বন্ধলৈ সমৰ্থন দিছে বিভিন্ন দল-সংগঠনে।
  • ৯ ডিচেম্বৰত অসম বন্ধৰ আহ্বান আক্ৰাছুৰ।
  • ৩৬ ঘণ্টীয়া অসম বন্ধৰ আহ্বান দিছে আক্ৰাছুৱে।
  • ৯ আৰু ১০ ডিচেম্বৰত অসম বন্ধৰ কাৰ্যসূচীক বিভিন্ন দল-সংগঠনে দিছে সমৰ্থন।
  • অসম বন্ধৰ বাবেই ৯ আৰু ১০ ডিচেম্বৰত বিশ্বনাথৰ গহপুৰত আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচী বাতিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি