ৰাজ্যত পুনৰ ৮১৪জনৰ দেহত ধৰা পৰে কোভিড-১৯…

ৰাজ্যত পুনৰ ৮১৪জনৰ দেহত ধৰা পৰে কোভিড-১৯…
  • ৰাজ্যত আৰু ৮১৪জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি।
  • ইয়াৰে ৫৮৮জন লোক গুৱাহাটী মহানগৰীৰ বুলি চিনাক্ত।
  • ৰাজ্যত ১৩,৩৩৬জনলৈ বৃদ্ধি পালে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইয়াৰে ৮৩২৯জন সুস্থ হৈ উঠাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৪৯৮৮জন ৰোগী।
  • ইফালে, মঙলবাৰে দিনটোত কোৰোনাত আক্ৰান্ত হৈ অসমত দুজন লোকে হেৰুৱাইছে প্ৰাণ।
  • ৭ জুলাই, ২০২০লৈকে ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত হৈ ১৬জনৰ হৈছে মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in